অর্থনীতি

বেয়া খবৰ! দৈনিক বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

asomiyapratidin
  • পুনৰ বৃদ্ধি পেট্ৰ'ল, ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৫৭ পইচা বৃদ্ধি পালে।
  • প্ৰতিলিটাৰ ডিজেলত বাঢ়িলে ৫৯ পইচা।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৪.৫৭ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭২.৮১ টকা।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৮০.০৯ টকা।
  • প্ৰতিলিটাৰত বৃদ্ধি পাইছে ৪৩ পইচা।
  • গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৩.২১ টকা।
  • গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ৪৪ পইচা।