অর্থনীতি

পেট্ৰ’লৰ মূল্যবৃদ্ধি, হ্ৰাস পালে ডিজেলৰ মূল্য…

asomiyapratidin
  • সোমবাৰে পেট্ৰ'লৰ মূল্যবৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য।
  • আজি পেট্ৰ'লত বৃদ্ধি পালে ৬ পইচাকৈ
  • ডিজেলত ১০ পইচাকৈ হ্ৰাস পালে।
  • আজি গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭২.০২ টকা
  • প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৭.৯৯ টকা।