অর্থনীতি

শনিবাৰে কমিল ডিজেলৰ দাম কিন্তু…

asomiyapratidin
  • শনিবাৰে স্থিৰাৱস্থাতে থাকিল পেট্ৰলৰ মূল্য।
  • ইয়াৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য।
  • ১১ পইচাকৈ হ্ৰাস পালে প্ৰতি লিটাৰ ডিজেলত।
  • দিল্লীত শনিবাৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৬৫,৬৪ টকা।
  • আনহাতে ৭২.০৮ টকা মূল্যত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰল।