অর্থনীতি

হ্ৰাস পালে ইন্ধনৰ মূল্য…

asomiyapratidin
  • ধাৰাবাহিকভাৱে অষ্টম দিনাও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ১৬ পইচা।
  • আনহাতে ডিজেল প্ৰতিলিটাৰত হ্ৰাস পালে ৩৪ পইচা।
  • দিল্লীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.০৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৫.২২।