অর্থনীতি

সোমবাৰে পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িল নে কমিল…

asomiyapratidin

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে পঞ্চমদিনাও হ্ৰাস পালে পেট্ৰ'লৰ মূল্য। সোমবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ১৫ পইচাকৈ হ্ৰাস পোৱাৰ লগতে প্ৰতি লিটাৰ ডিজেলত ১১ পইচাকৈ হ্ৰাস পায়। বিগত ৫ দিনত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৪৫ পইচা হ্ৰাস পাইছে। সোমবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৭২.৯৯ টকাৰ লগতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৬৬.০৭ টকা।