অর্থনীতি

সোমবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

asomiyapratidin
  • সোমবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.৩০ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.২৭ টকা।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৮১.৪৪ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৪.৯২ টকা হয়গৈ।
  • আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.৩০ টকা আৰু ডিজেলত ০.২৮ টকা হ্ৰাস পায়।
  • বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৬.৯১ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৮.৫৪ টকা।