অর্থনীতি

বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য…

asomiyapratidin

 

  • শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • প্ৰতি লিটাৰ পেট্ৰ'লত ৮ পইচাকৈ বৃদ্ধি পালে।
  • গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭১.৮৭ টকা।
  • ইয়াৰ পৰিৰ্ৱতে শনিবাৰে ডিজেলৰ মূল্যৰ কোনো সালসলনি হোৱা নাই।
  • মহানগৰীত আজি প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৮.০৯ টকা।