অর্থনীতি

পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

asomiyapratidin
  • বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • মহানগৰীত প্ৰতিলিটাৰ পেট্ৰত হ্ৰাস পালে ০.৪২ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.৪৬ টকাকৈ।
  • বৰ্তমান গুৱাহাটী মহানগৰত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭০.৭৭ টকা।
  • ইফালে, ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য হয়গৈ ৬৬.৩৬ টকা।