অর্থনীতি

দেওবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

asomiyapratidin
  • দেওবাৰে মহানগৰীত হ্ৰাস পালে ইন্ধনৰ মূল্য।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.৩১ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস ০.৩৪ টকা।
  • বৰ্তমান মহানগৰীত পেট্ৰ'লৰ প্ৰতিলিটাৰৰ মূল্য ৭১.৭১ টকা।
  • ইফালে, প্ৰতিলিটাৰ ডিজেলৰ মূল্য হয়গৈ ৬৭.৪৯ টকা।