অর্থনীতি

মঙলবাৰে পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

asomiyapratidin
  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • মঙলবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য হয়গৈ ৮২.৮৩ টকা।
  • ইফালে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭৫.৬৯ টকা।
  • মুম্বাইতো বৃদ্ধি ইন্ধনৰ মূল্য।
  • মুম্বাইত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৮.২৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৯.৩৫ টকা হয়গৈ।