আজি পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ দাম।প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৮ পইচাকৈ।গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.২০ টকা।তাৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য।প্ৰতিলিটাৰ ডিজেলত আজি হ্ৰাস পালে ০৭ পইচাকৈ।প্ৰতিলিটাৰ ডিজেলৰ দাম গুৱাহাটীত ৬৭.৬৮ টকা।