- শনিবাৰেও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত ১৫ পইচা আৰু ডিজেলত ২০ পইচাকৈ হ্ৰাস।
- শুকুৰবাৰেও হ্ৰাস পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ।
- ইণ্ডিয়ান অইলৰ ৱেবচাইট অনুসৰি বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৬৮.২৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬২.২৬ টকা ।