অর্থনীতি

অন্তঃত এদিনৰ বাবে সকাহ…

asomiyapratidin
  • মঙলবাৰে ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে পেট্ৰ'লৰ মূল্যৰ কোনোধৰণৰ পৰিবৰ্তন হোৱা নাই।
  • আজিৰ দিনটোত গুৱাহাটীত ডিজেলত ১২ পইচা হ্ৰাস পালে।
  • মহানগৰীত আজিৰ দিনটোত পেট্ৰ'লৰ মূল্য ৭২.৩৬ টকা আৰু ডিজেলত ৬৭.৩১ টকা।
  • সোমবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম আছিল ৭২.৩৬ টকা আৰু ডিজেলত আছিল ৬৭.৪৩ টকা।