অর্থনীতি

বুধবাৰে পেট্ৰ’লৰ মূল্য বাঢ়িল নে কমিল?…

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ৬ পইচাকৈ হ্ৰাস পোৱাৰ পাছত বুধবাৰে পেট্ৰলৰ মূল্য স্থিৰাৱস্থাতে আছে। মঙলবাৰৰ আগত ৪ দিন ধৰি পেট্ৰলৰ মূল্য স্থিৰাৱস্থাতে আছিল যদিও মঙলবাৰে বৃদ্ধি পাইছিল পেট্ৰেলৰ মূল্য। বৰ্তমান দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৩.৪১ টকা। ইফালে ১২ দিন ধৰি ডিজেলৰ মূল্য কোনো পৰিৱৰ্তন ঘটা নাই।