অর্থনীতি

গাড়ী বা বাইক লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ এদিনৰ বিৰতিৰ পাছত বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য। বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৮ পইচাকৈ। কলকাতাত প্ৰতিলিটাৰ পেট্ৰ'লত ১২ পইচাকৈ বৃদ্ধি পাইছে। ৰাজধানী চহৰ দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৩.৩৫ টকা। ইফালে বিগত ৬ দিন ধৰি কোনো সাল সলনি হোৱা নাই ডিজেলৰ মূল্য।