অর্থনীতি

পঞ্চম দিনাও গ্ৰাহকলৈ সকাহ, হ্ৰাস পালে…

asomiyapratidin
  • পঞ্চম দিনাও গ্ৰাহকলৈ সকাহ।
  • দেশত পেট্ৰ'লৰ মূল্য অপৰিৱৰ্তিত, ডিজেলৰ মূল্য হ্ৰাস।
  • প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭২.৯০ টকাত স্থিৰ।
  • আনহাতে প্ৰতিলিটাৰ ডিজেলত ১০ পইচাকৈ হ্ৰাস।
  • বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.২৪ টকা।