অর্থনীতি

ভাল খবৰ, পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য

asomiyapratidin
  • মঙলবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.১৫ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১০ টকা।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৬৯.৯১ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৫.৯৪ টকা।