অর্থনীতি

কাইলৈ বাঢ়িবনে কমিব পেট্ৰ’ল-ডিজেলৰ মূল্য

asomiyapratidin
  • শুকুৰবাৰে পুনৰ হ্ৰাস পাব পেট্ৰ'ল-ডিজেলৰ দাম।
  • গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম হ'ব ৭৭.৭৯ টকা।
  • ডিজেলৰ দাম হ'ব প্ৰতি লিটাৰত ৭৩.৫৪ টকা।
  • যোৱা ৩ দিন ধৰি অপৰিৱৰ্তিত হৈ আছিল দাম।
  • ৪৭ পইছাকৈ হ্ৰাস পাব প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম।
  • প্ৰতিলিটাৰত ডিজেলৰ দাম হ্ৰাস পাব ৪৪ পইছাকৈ।