অর্থনীতি

পুনৰ বৃদ্ধি পেট্ৰ’ল-জিজেলৰ মূল্য

asomiyapratidin
  • শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ১৩ পইচা।
  • ইফালে ডিজেলত প্ৰতিলিটাৰত বাঢ়িল ১৬ পইচাকৈ।
  • গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭১.৪৮ টকা।
  • ইয়াৰ লগতে প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.৮১ টকা।
  • বিগত কিছুদিন ধৰি বৃদ্ধি হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য।