অর্থনীতি

সোমবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য…

asomiyapratidin
  • হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত সোমবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৫.৯৪ টকা।
  • দেওবাৰে এই মূল্য আছিল ৭৬.৫৫ টকা।
  • গুৱাহাটীত সোমবাৰে ডিজেলৰ মূল্য ৬৯.৮১ টকা।
  • দেওবাৰে এই মূল্য আছিল ৭০.৪৯ টকা।