অর্থনীতি

প্ৰেট্ৰ’লৰ মূল্য হ্ৰাস, বৃদ্ধি পালে ডিজেলৰ

asomiyapratidin
  • পুনৰ বৃদ্ধি পালে ডিজেলৰ মূল্য।
  • গুৱাহাটীত দেওবাৰে ডিজেলৰ মূল্য ০৭ পইচা বৃদ্ধি।
  • ইফালে হ্ৰাস পাইছে পেট্ৰ'লৰ মূল্য।
  • প্ৰতিলিটাৰ প্ৰেট্ৰ'লত হ্ৰাস পাইছে ০৫ পইচা।
  • গুৱাহাটী মহানগৰীত দেওবাৰে পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭২.৮৪ টকা।
  • আনহাতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.৯০ টকা।