অর্থনীতি

শুকুৰবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য…

asomiyapratidin
  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত শুকুৰবাৰে পেট্ৰ'লত ০৭ পইচা বৃদ্ধি।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি ০৮ পইচা।
  • গুৱাহাটী মহানগৰীত শুকুৰবাৰে পেট্ৰ'লত প্ৰতিলিটাৰত ৭২.৩৯ টকা।
  • আনহাতে প্ৰতিলিটাৰ ডিজেলত বদ্ধি পালে ৬৬.৬১ টকা।