অর্থনীতি

সোমবাৰে পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

asomiyapratidin
  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ০.০৫ টকা।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৬৯.৭৯ টকা।
  • সোমবাৰে প্ৰতিলিটাৰ ডিজেলত হ্ৰাস ০.০৬ টকা।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.০৫ টকা।