অর্থনীতি

অন্তত এদিনৰ বাবে সকাহ…

asomiyapratidin
  • বৃহস্পতিবাৰে অপৰিৱৰ্তিত হৈ ৰ'ল পেট্ৰ'লৰ মূল্য।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আজি ৬৯.৯১ টকা।
  • ইয়াৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি পালে ০.০৫ টকা।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলত ৬৫.৯৯ টকা।
  • বিগত কিছুদিন ধৰি সলনি হৈ আছে প্ৰেট্ৰ'ল আৰু ডিজেলৰ মূল্য।