- দেওবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
- আজি প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ১১ পইচাকৈ।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৭.৭৮ টকা।
- ইফালে মূল্য হ্ৰাস পালে ডিজেলৰ।
- প্ৰতিলিটাৰ ডিজেলৰ মূল্য ১ পইচাকৈ হ্ৰাস।
- আজি গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬২.৪৯ টকা ।