- পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত।
- প্ৰতি লিটাৰ পেট্ৰ'ল ০.৩৫টকাকৈ বৃদ্ধি হ'ল ৰাজধানী নতুন দিল্লীত।
- ডিজেলৰ মূল্য দিল্লীত বৃদ্ধি পালে প্ৰতি লিটাৰত ০.২৪টকাকৈ।
- দিল্লীত শনিবাৰে পেট্ৰ'লৰ মূল্য ৮১.৬৩ টকা প্ৰতি লিটাৰত।
- ৰাজধানী চহৰখনত ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য ৭৩.৫৪টকা।
- মুম্বাইত ০.৩৪টকা বৃদ্ধি হৈ পেট্ৰ'লৰ মূল্য হৈছে ৮৯.০৯টকা।
- শনিবাৰে মুম্বাইত ডিজেলৰ প্ৰতি লিটাৰত মূল্য ০.২৫টকা বৃদ্ধি হৈ হ'লগৈ ৭৮.০৭টকা।