অর্থনীতি

শুকুৰবাৰে পেট্ৰ’লৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য…

asomiyapratidin
  • শুকুৰবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৮ পইচাকৈ।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.১২ টকা।
  • ইফালে, প্ৰতিলিটাৰ ডিজেলত আজি হ্ৰাস পালে ১১ পইচাকৈ।
  • আজি প্ৰতিলিটাৰ ডিজেলৰ দাম গুৱাহাটীত ৬৭.৭৫ টকা।