অর্থনীতি

ধাৰাবাহিকভাৱে নৱম দিনাও পেট্ৰল ডিজেলৰ মৃল্যবৃদ্ধি…

asomiyapratidin
  • কোৰোনাৰ সংহাৰৰ মাজতে ধাৰাবাহিকভাৱে নৱম দিনাও পেট্ৰল ডিজেলৰ মৃল্য।
  • প্ৰতি লিটাৰ পেট্ৰলত ৪৮ পইচা আৰু ডিজেলত ৫৯ পইচাকৈ বৃদ্ধি।
  • এই বৰ্দ্ধিত মূল্যৰ সৈতে, দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭৬.২৬টকা।
  • প্ৰতি লিটাৰ ডিজেলৰ মূল্য হলগৈ ৭৪.৬২ টকা।