অর্থনীতি

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি

asomiyapratidin
  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য
  • দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ০.১০টকা।
  • বৰ্তমান পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৮২.১৬টকা ।
  • ডিজেলৰো বৃদ্ধি হ'ল ০.৯টকাকৈ প্ৰতি লিটাৰত।
  • দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'লগৈ ৭৩.৮৭টকা।
  • ইফালে, মুম্বাইতো বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.১০টকা আৰু ডিজেলত ০.৯টকাকৈ বৃ্দ্ধি।
  • পেট্ৰ'লৰ মূল্য ৮৯.৫৪টকা প্ৰতিলিটাৰত হোৱাৰ বিপৰীতে ডিজেলগত হ'লগৈ ৭৮.৪২টকা।