আজি পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ দাম। প্ৰতিলিটাৰ পেট্ৰল'ত ১৬ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ১৭ পইচাকৈ বৃদ্ধি। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭০.৬৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৮১ টকা।