- পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ দাম।
- প্ৰতিটো ঘৰুৱা ৰাজসাহায্যবিহীন চিলিণ্ডাৰত বৃদ্ধি পালে ৭৬.৫ টকাকৈ।
- বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ১১৯ টকাকৈ।
- শুকুৰবাৰৰে পৰা কাৰ্যকৰী হৈছে নতুন নিৰিখ।
- বৰ্তমান ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ৬৮১.৫০ টকা।
- বাণিজ্যিক চিলিণ্ডাৰৰ বৰ্তমান দাম হ'লগৈ ১২০৪ টকা।