- বিজুলি বিতৰণ কোম্পানী প্ৰসংগত কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ঘোষণা।
- কেন্দ্ৰীয় শাসিত ৰাজ্যবোৰত সকলো বিজুলি বিতৰণ কোম্পানী ব্যক্তিগতকৰণ কৰা হ'ব।
- ইয়াৰ জৰিয়তে গ্ৰাহকে পৰ্যাপ্ত পৰিমাণে বিদ্যুত লাভ কৰাৰ কথা ক'লে বিত্তমন্ত্ৰীয়ে।
- কোম্পানীসমূহে সন্মুখীন হোৱা লোকচানৰ ভাৰ যাতে গ্ৰাহকে ল'ব নালাগে তাৰ বাবেও কেন্দ্ৰই ব্যৱস্থা।
- সমগ্ৰ দেশতে স্মাৰ্ট প্ৰিপেইড মিটাৰ ব্যৱস্থা কৰিব কেন্দ্ৰই।
- আগন্তুক সময়ত দেশত বিজুলি উতপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব।