অর্থনীতি

গুৱাহাটীত আজি কিমান দাম হ’ল পেট্ৰ’ল-ডিজেলৰ

asomiyapratidin
  • পুনৰ বৃদ্ধি পাইছে পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য।
  • গুৱাহাটীত সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পায় ০.৮ পইচা।
  • ইয়াৰ পিছতে পেট্ৰ'লৰ দাম হৈ পৰে ৬৯.৬৬ টকা প্ৰতিলিটাৰ।
  • তাৰ বিপৰীতে বৃদ্ধি পাইছে ডিজেল মূল্যও।
  • সোমবাৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈ পৰে ৬৪.০৪ টকা।
  • ইয়াৰ পূৰ্বে দেওবাৰে এই মূল্য আছিল ৬৩.৩৮ টকা।
  • প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ০.৬৬ টকা।