অর্থনীতি

দেওবাৰে দাম কমিল…

asomiyapratidin
  • দেওবাৰেও স্থিৰাৱস্থতাতে থাকিল পেট্ৰ'লৰ মূল্য।
  • বিগত ৫ দিন ধৰি বৃদ্ধি হোৱা নাই পেট্ৰ'লৰ মূল্য।
  • ইয়াৰ বিপৰীতে ধাৰাবাহিকভাৱে তৃতীয় দিনাও হ্ৰাস পালে ডিজেলৰ মূল্য।
  • প্ৰতি লিটাৰ ডিজেলত দেওবাৰে হ্ৰাস পালে ৭৮ পইচাকৈ।