বৃদ্ধি পালে সোণ-ৰূপৰ দাম ।প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ৫৪০ টকাকৈ।প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হ'লগৈ ৩২,৬৪০ টকা।ইফালে বৃদ্ধি পালে ৰূপৰ মূল্যয়ো।প্ৰতি কি:গ্ৰা: ৰূপত বৃদ্ধি পালে ১৪২৫ টকাকৈ।বৰ্তমান প্ৰতি কি:গ্ৰা: ৰূপৰ মূল্য ৩৯,২২৫ টকা ।