বৃদ্ধি পালে সোণ-ৰূপৰ দাম ।প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ১১০ টকাকৈ।প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হ'লগৈ ৩৩,৩০০ টকা।ইফালে বৃদ্ধি পালে ৰূপৰ মূল্যয়ো।প্ৰতি কি:গ্ৰা: ৰূপত বৃদ্ধি পালে৩০০ টকাকৈ।বৰ্তমান প্ৰতি কি:গ্ৰা: ৰূপৰ মূল্য ৪০,২০০ টকা ।