অর্থনীতি

সোণ ক্ৰয় কৰিম বুলি ভাৱি থকা সকলৰ বাবে ভাল খবৰ…

asomiyapratidin
  • হ্ৰাস পালে সোণৰ মূল্য।
  • প্ৰতি দহ গ্ৰাম সোণত হ্ৰাস পালে ১০০ টকাকৈ।
  • বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৩, ১৫০ টকা।
  • আনফালে বৃদ্ধি পালে ৰূপৰ মূল্য।
  • প্ৰতি কেজি ৰূপত বৃদ্ধি পালে ৫০ টকাকৈ।
  • বৰ্তমান প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৩৯, ৫৮০ টকা।