অর্থনীতি

হ্ৰাস পালে সোণৰ মূল্য…

asomiyapratidin
  • হ্ৰাস পালে সোণৰ মূল্য ।
  • প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ১৪০ টকাকৈ।
  • বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৩,৮৬০ টকা।
  • আনহাতে বৃদ্ধি পালে ৰূপৰ মূল্য।
  • প্ৰতি কেজি ৰূপত বৃদ্ধি পালে ৩৬০ টকাকৈ।
  • বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৪১,৬৬০ টকা।