ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস।ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য হ্ৰাস।প্ৰতিটো গেছৰ চিলিণ্ডাৰত হ্ৰাস পালে ৬২.৫০ টকা।ইফালে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা নাই।কিছুদিন পূৰ্বে হ্ৰাস পাইছিল চিলিণ্ডাৰৰ মূল্য।