- সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপন কৰিলে অৰ্থনৈতিক সমীক্ষা।
- অৰ্থনৈতিক সমীক্ষা ২০২১-২২ দাখিল কৰা হৈছে সংসদত।
- বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ তত্বাৱধানত প্ৰস্তুত কৰা হৈছে সমীক্ষা।
- এই অৰ্থনৈতিক সমীক্ষা অনুসৰি দেশৰ জিডিপি ৮.৫ শতাংশলৈ বৃদ্ধি কৰাৰ পোষকতা।
- পৰৱৰ্তী বিত্তীয় বৰ্ষত ৮ৰ পৰা ৮.৫ শতাংশলৈ জিডিপি বৃদ্ধি হোৱাৰ অনুমান।
- চলিত বৰ্ষত এই পৰিমান আছিল ৯.২ শতাংশ।
- ২০১১-২২ বৰ্ষত কৃষিক্ষেত্ৰত বিকাশৰ হাৰ ৩.৯ শতাংশ বুলি উল্লেখ।
- সেৱাক্ষেত্ৰত বিকাশৰ হাৰ ৮.২ হ'ব বুলি উল্লেখ কৰা হৈছে সমীক্ষাত।
- সমীক্ষাত জীৱন-জীৱিকাৰ সুৰক্ষাক গুৰুত্ব আৰোপ কৰা হৈছে।
সম্পূৰ্ণ অৰ্থনৈতিক সমীক্ষাখন পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকত-