বুধবাৰে বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য।প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ৮৭ টকাকৈ।বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ দাম হৈছেগৈ ৩৮,৮৪২ টকা।ইফালে মূল্য বৃদ্ধি পালে ৰূপৰো।প্ৰতি কেজি ৰূপত বাঢ়িল ৪৫০ টকাকৈ।বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য হৈছেগৈ ৪৭,২২০ টকা।