ৰাজ্যত আজিৰে পৰা বন্ধ হ'ব বেইলী কোম্পানীৰ পেকেজিং বটল।৩০ দিনৰ বাবে বেইলী কোম্পানীৰ পেকেজিং বটল বন্ধ থাকিব ৰাজ্যত।কেইবাটাও বিসংগতি ধৰা পৰা পিছতে বেইলী কোম্পানীৰ পেকেজিং বটল বন্ধ ৰখাৰ সিদ্ধান্ত খাদ্য আৰু যোগান বিভাগৰ।