- অসম-নাগালেণ্ড সীমান্তৰ বি ছেক্টৰৰ মাজগাঁৱত উত্তপ্ত পৰিস্থিতি।
- চিআৰপিএফৰ কেম্পৰ সন্মুখত উত্তেজিত জনতাৰ বিক্ষোভ।
- দীপক ৰাভা নামৰ এজন লোকৰ ঘৰত পুখুৰী খন্দাক লৈ চিআৰপিএফৰ বাধা।
- চিআৰপিএফৰ অনুমতি নোলোৱাত পৰিয়ালটোক মাৰপিট চিআৰপিএফৰ জোৱানৰ।
- লগতে ৫০ হাজাৰ টকা দাবীও চিআৰপিএফৰ জোৱানৰ।
- চিআৰপিএফৰ বিৰুদ্ধে মহিলাক মাৰপিট কৰাৰ অভিযোগ উত্তেজিত জনতাৰ।