হ্ৰাস পালে সোণৰ মূল্য ।প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ২৭০ টকাকৈ।বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৪,১৮০ টকা।আনহাতে হ্ৰাস পালে ৰূপৰ মূল্যও।প্ৰতি কেজি ৰূপত হ্ৰাস পালে ৩৩০ টকাকৈ।বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৪১,০৩০ টকা।