অর্থনীতি

শনিবাৰেও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

asomiyapratidin
  • পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত।
  • শনিবাৰেও বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • শনিবাৰে পেট্ৰ'লত ১৪ পইচা আৰু ডিজেলত ১৫ পইচাকৈ বৃদ্ধি পালে।
  • আজি গুৱাহাটীত পেট্ৰ'লৰ মূল্য ৭১.৬২ টকা।
  • আৰু ডিজেলৰ মূল্য ৬৭.৯৬ টকা।