লতাশিলৰ প্ৰতিবাদস্থলীত জুবিন গাৰ্গ।প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে।'হাজাৰ হাজাৰ মানুহ হৈছে।''আমাৰ বিপ্লৱ সকলোকে জনাব লাগিব।''আমি দুবছৰ ধৰি প্ৰতিবাদ কৰি আছো।''আমি প্ৰতিবাদ কৰিমেই।''দিল্লী, দিছপুৰ আকোঁৰগোজ হ'লে আমিও আকোঁৰগোজ হৈ থাকিম।'