অসম

চিৰিয়াখানাৰ পৰা ওলাই অহা হৰিণৰ কৰুণ মৃত্যু গুৱাহাটীৰ হেঙেৰাবাৰীত…

asomiyapratidin

• এক শোকাৱহ ঘটনা।

• চিৰিয়াখানাৰ পৰা ওলাই অহা হৰিণৰ কৰুণ মৃত্যু গুৱাহাটীৰ হেঙেৰাবাৰীত।

• কিছুদিন পূৰ্বেও চিৰিয়াখানাৰ পৰা ওলাই আহিছিল হৰিণা ।

•চিৰিয়াখানাৰ চৌহদৰ ভগা দেৱালেৰে ওলাই যায় হৰিণাবোৰ।