AGRANI KHABAR
AGRANI KHABAR AGRANI KHABAR
অসম

তেজপুৰৰ ৰেষ্টোৰাত কৰ্মৰত যুৱকৰ মৃত্যুত চাঞ্চল্য...

Asomiya Pratidin
  • তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

  • নমস্তে তেজপুৰ নামৰ ৰেষ্টোৰাত কৰ্মৰত যুৱকৰ মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্য।

  • মৃত যুৱকজনৰ নাম দীপক বড়ো।

  • মৃত দীপকৰ ঘৰ বালিশিহাত।

  • নমস্তে তেজপুৰ নামৰ ৰেষ্টোৰাত কৰ্মৰত আছিল দীপক বড়ো।

  • আন কৰ্মচাৰীৰ সৈতে শুই থকা অৱস্থাতে মৃত্যু যুৱকজনৰ।

  • ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।