অসম

শিলচৰত তিনি মিজো সহ পাচ হাজাৰ ইয়াবা টেবলেট জব্দ

Asomiya Pratidin
  • শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷

  • সোনাই ৰোডৰ ৰাংগিৰখাৰিৰ এখন হোটেলত আৰক্ষীৰ অভিযান৷ অভিযানত জব্দ পাচ হাজাৰ নিচা জাতীয় ইয়াবা টেবলেট ৷

  • টেবলেটৰ সৈতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷

  • ধৃত সৰবৰাহকাৰী কেইজন লালডুহাওয়া, চাওলিয়ানা আৰু ছাংগিতা ৷

  • আটাইৰে ঘৰ মিজোৰামত ৷

  • টেবলেট সমূহ মিজোৰামৰ পৰা বিক্ৰী কৰিবলৈ শিলচৰলৈ অনা হৈছিল ৷

  • গ্ৰাহকৰ অপেক্ষাত বাহৰ পাতি থকা সময়তে আৰক্ষীয়ে জব্দ কৰে এই পাচ হাজাৰ নিচা জাতীয় টেবলেট ৷

  • লগতে গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহ কাৰী তিনিজনক ।