কোকৰাঝাৰ জিলাৰ বনৰগাওঁত মানৱ সমাজক লজ্জানত কৰা ঘটনা৷কোনো পাষাণ হৃদয়ৰ লোকে বাইকেৰে আহি ৰাজপথত পেলাই থৈ গ'ল নৱজাতক কন্যা৷বনৰগাওঁ খাগ্ৰাবাৰীত সংঘটিত হৈছে এই ঘটনা৷প্লাষ্টিকেৰে মেৰিয়াই আনিছিল নৱজাতকটি৷সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে দোতমা আৰক্ষী৷